: . সমীকৰণ (i) আৰু ( ii) হ'ল পৰিস্থিতিটোৰ বীজীয়ভাৱে প্ৰদৰ্শন।
: . সমীকৰণ (i) আৰু (ii) হ'ল পৰিস্থিতিটোৰ বীজীয়ভাৱে প্ৰদৰ্শন।
: . সমীকৰণ (i) আৰু (ii) হল পৰিস্থিতিটোৰ বীজীয়ভাৱে প্ৰদৰ্শন
: . সমীকৰণ (i) আৰু (ii) হল নিৰ্ণেয় ৰৈখিক সমীকৰণ যোৰ ।
: . ৰেখা দুডাল m (7, 3) বিন্দুত কটা কটি কৰিছে।
: . ৰৈখিক সমীকৰণ যোৰৰ সমাধান হ'ল x = 3 আৰু y = 3
: . সমীকৰণ (i) আৰু (ii) হল নিৰ্ণয় ৰৈখিক সমীকৰণ যোৰ।
: . ৰেখা দুডাল (3, 5) বিন্দুত কটা কটি কৰিছে।
: . ৰৈখিক সমীকৰণ যোৰৰ সমাধান হ'ল x = 3 আৰু y = 5 গতিকে, এডাল, পেন্সিলৰ দাম = 3 টকা । আৰু এটা পেনৰ দাম 5 টকা /
: . ৰৈখিক সমীকৰণ যোৰ কেইটাই বুজোৱা ৰেখা দুটাইএটা বিন্দুত কাটিব /
a 3
¹ 6
=> = = 3
a 1
² 1
a b c
¹ ¹ ¹
: . = ≠
a b c
² ² ²
ৰৈখিক সমীকৰণ যোৰ টোয়ে বুজোৱা ৰেখা দুটাই সমান্তৰাল হব /
a b c
¹ ¹ ¹
3Q. , আৰু
a b c
² ² ²
অনুপাতকেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ যোৰ কেইটা সংগত নে অসংগত
(i) 3x + 2y = 5 , 2x - 3y = 7
Answer : -
a
¹ 3
=
a 2
²
ৰৈখিক সমীকৰণ যোৰ সংগত /
(ii) 2x - 3y = 8 ; 4x - 6y = 9
Answer :-
b 1
¹ - 3 1
= =
b - 6 2
² 2
a b c
¹ ¹ ¹
: . = ≠
a b c
² ² ²
: . ই অ সংগত /
3 5
(iii) x + y = 7; 9x - 10y = 14
2 3
Answer : - ইয়াত
a ³ 1
¹ 2 3 1
= ≠ =
a 9 2 × 9 6
² 5
b 1
¹ 5 8 1
= = = -
b 3 × (-10) - 30 6
² 6
: . ই সংগত /
(iv) 5x - 3y = 11 ; - 10x + 6y = 22
Answer :-
ইয়াত
a 1
¹ 5 1
= = -
a 10 2
² 2
b 1
¹ 3 1
= = -
b 6 2
² 2
a 1
¹ 11 1
= = -
a 22 2
² 2
a b c
¹ ¹ ¹
: . = =
a b c
² ² ²
: . ই সংগত /
4
(v) x + 2y = 8 ; 2x + 3y = 12
4
Answer :- ইয়াত
a 4 2
¹ ¹ 4 2
= = =
a 2×3 6 3
² 3
a b c
¹ ¹ ¹
: . = =
a b c
² ² ²
: . ই সংগত /
4Q. তলৰ ৰৈখিক সমীকৰণৰ কোন যোৰ সংগত/অ সংগত ? যদি সংগত ; লেখৰ সহায়ত সমাধান উলিওৱা ।
(i) x + y = 5 ; 2x + 2y = 10
Answer :-
²
a b c
¹ ¹ ¹
: . = =
a b c
² ² ²
: . ই সংগত
এতিয়া
x + y = 5
=> x = 5 - y
A B
| x | 2 | 0 |
| y | 3 | 5 |
আকৌ
2x + 2y = 10
=> 2y = 10 - 2x
A B
| x | 1 | 3 |
| y | 4 | 2 |
আমি দেখিলো যে এই দুয়োটা ৰেখা সম্পূর্ণ মিলি গৈছে । গতিকে উক্ত সমীকৰণ যোৰৰ অসীম সংখ্যক সমাধান আছে /
(ii) x - y = 8 ; 3x - 3y = 16
Answer :- ইয়াত
a b c
¹ ¹ ¹
: . = ≠
a b c
² ² ²
: . ই অসংগত /
(iii) 2x + y - 6 = 0 ; 4x - 2y - 4 = 0
Answer :-
² 2
: . ৰৈখিক সমীকৰণ যোৰৰ সমাধান সংগত
এতিয়া
2x + y - 6 = 0
=> y = 6 - 2x
A B
| x | 0 | 2 |
| y | 6 | 2 |
আকৌ
4x - 2y - 4 = 0
=> 2(2x - y - 2) = 0
0
=> 2x - y -2 =
2
=> 2x - y - 2 = 0
=> 2x - 2 = y
P Q
| x | 2 | 1 |
| y | 2 | 0 |
স্কেল :-
x অক্ষত 10 টা সৰু বৰ্গ = 1 একক y - অক্ষত 10 টাসৰৰু বৰ্গ = একক ।
ৰেখা দুডাল (2, 2) বিন্দুত কটা কটি কৰিছে। গতিকে সমীকৰণ যোৰৰ সমাধান হ'ল
x = 2 আৰু y = 2 /
(iv) 2x - 2y - 2 = 0 ; 4x - 4y - 5 = 0
Answer :- ইয়াত
a b c
¹ ¹ ¹
: . = ≠
a b c
² ² ²
: . ই অসংগত /
5. এখন আয়তাকাৰ বাগিছাৰ প্ৰস্থতকৈ দিঘ 4 মিটাৰ বেছি। ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ । বাগিছা খনৰ দিঘ, প্ৰস্থ নিৰ্ণয় কৰা ।
Answer : - ধৰাহল আয়তাকাৰ বাগিছাৰ
দীঘ = মি :
প্ৰস্থ = মি :
প্রশ্ন মতে,
x = y + 4
=> x - y = 4 ------> (i)
আকৌ,
1
× আয়তাকাৰ পৰিসীমা = 36
2
1
× 2 ( দিঘ + প্ৰস্থ) = 36
2
= x + y = 36 ------> (i)
সমীকৰণ :- (i) + (ii) = (x - y) + (x +y) = 4 + 36
=> x - y + x + y = 40
=> 2x = 40
20
40
=> x =
2
1
=> x = 20
এতিয়া , x ৰ মান (i) নং মমীকৰনত বহুৱাই পাওঁ, -
x - y = 4
=> 20 - y = 4
=> - 4 = 4 - 20
=> - y = 4 - 20
=> - y = - 16
=> = 16
: . দিঘ = x 20 m
প্ৰস্থ = y = 16m //
6. 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণ টো দিয়া আছে । দুটা চলকত অইন এটা ৰৈখিক সমীকৰণৰ নিৰ্ণয় কৰা যাতে এই দৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ যোৰ টোৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব :-
(i) কটা কটি ৰেখা । (ii) সমান্তৰাল ৰেখা । (iii) মিলি যোৱা ৰেখা ।
Answer : - দিয়া আছে,
2x + 3y - 8 = 0
(i) কটা কটি ৰেখা,
আনটো ৰৈখিক সমীকৰণ উদাহৰণ হ'ল -
3x + 4y - 6 = 0
(ii) সমান্তৰাল ৰেখা,
দিয়া আছে 2x + 3y - 8 = 0
: . আনটো সমীকৰণ, 4x + 6y - 3 = 0 /
(iii) মিলি যোৱা ৰেখা,
দিয়া আছে, 2x + 3y - 8 = 0
: . আনটো সমীকৰণ 4x + 6y - 16 = 0 /
7. x - y + 1 = 0 ; 3x + 2y - 12 = 0 সমীকৰণ দুটাৰ লেখ অংকন কৰা । এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভূজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিওৱা । ত্ৰিভূজীয় ক্ষেত্রটো প্ৰচ্ছাদিত কৰা ।
Answer :-
x - y + 1 = 0 ----------> (i)
3x + 2y - 12 = 0 -------> (ii)
: . সমীকৰণ (i) ৰ পৰা
x - y + 1 = 0
=> x = y - 1
A B
| x | 2 | 0 |
| y | 3 | 1 |
আৰু সমীকৰণ (ii) ৰ পৰা
3x + 2y - 12 = 0
=> 2y = 12 - 3x
12 - 3x
=> y =
2
P Q
| x | 0 | 2 |
| y | 6 | 3 |
স্কেল:-
x - অক্ষত 10 টা সৰু বৰ্গ= 1 একক ।
y - অক্ষত 10 টা সৰু বৰ্গ = 1 একক ।
AB আৰু PQ য়েই সমীকৰণ(i) আৰু (ii) ৰ নিৰ্ণেয় লেখ ।
দেখা গ'ল যে, AB আৰু PQ ৰেখা ডালে x অক্ষৰ ওপৰত ত্ৰিভূজ AMN ৰ গঠন কৰিছে ।
: . ত্ৰিভূজটোৰ শীৰ্ষবিন্দু কেইটা হ'ল ---
A(2, 3) M(1, 0) N(4, 0)
অনুশীলনী 3.3
1. প্ৰতিষ্ঠাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ যোৰবোৰ সমাধা কৰা :
(I) x + y = 14
x - y = 4
Answer : -
x + y = 14 ------------> (i)
x - y = 4 -------------> (ii)
(i) y = 14 - x ---------> (iii)
y ৰ মান (ii) নংত বহুৱাই
x - (14 - x) = 4
=> x - (14 - x) = 4
=> x - 14 + x = 4
=> 2x - 4 = 14 + 14
=> 2x = 18
=> x = 9
x ৰ মান (iii) নংত বহুৱাই
y = 14 - x
=> 14 - 9
=> 5
: . x = 9
y = 5 /
(ii) s - t = 3
s t
+ = 6
3 2
Answer :-
s - t = 3 ----------> (i)
=> 2s + 3t = 36 ---------> (ii)
(i) s = 3 + t --------> (iii)
(ii) নং ৰ মান (ii) নংত বহুৱাই
2 (3 +t) + 3k = 36
=> 6 + 2k + 3t = 36
=> 6 + 5t = 36
5t = 30
=> t = 6
: . t ৰ মান (ii) নংত বহুৱাই
s = 3 + t
=> 3 + 6
=> 9
: . s = 9
t = 6 /
(iii) 3x - y = 3
9x - 3y = 9
Answer :-
3x - y = 3 -------> (i)
9x - 3y = 9
=> 3 (3x - y) = 3 × 3
=> 3x - y = 3 -------> (ii)
যিহেতু সমীকৰণ (i) আৰু (ii) টো একেই
: . উক্ত সমীকৰণ যোৰৰ অসীম সংখ্যক সমাধান থাকিব /
(iv) 0.2x + 0.3y = 1.3
0.4x + 0.5y = 2.3
Answer :-
0.2x + 0.3y = 1.3
=> 2x + 3y = 13 ----------> (i)
0.4x + 0.5y = 2.3
=> 4x + 5y = 23 -----------(ii)
সমীকৰণ(i) ৰ পৰা
2x = 13 - 3y
13 - 3y
2x = ---------(iii)
2
x ৰ মান সমীকৰণ(ii) ত বহুৱাই, পাওঁ
2
4 (13 - 3y)
=> + 5y = 23
2
=> 26 - 6y + 5y = 23
= - y = 23 - 26
=> - y = - 3
=> y = 3
y ৰ মান সমীকৰণ (iii) ত বহুৱাই পাওঁ
2
13 - 3×9 4
=> x = =
2 2
=> x = 2
গতিকে সমাধান হ'ল x = 2 আৰু y = 3 /
(v) √2x + √3y = 0
√3x - √8y = 0
Answer :-
√2x + √3y = 0 -----------> (i)
√3x - √8y = 0 ------------> (ii)
সমীকৰণ (i) ৰ পৰা
√2x = - √3y
- √3
=> x = --------(iii)
√2
x ৰ মান সমীকৰণ(ii) ত বহুৱাই, পাওঁ
-√3y
√3 ( ) - √8y = 0
√2
=> - 7y = 0
0
=> y
- 7
=> y = 0
y ৰ মান সমীকৰণ(iii) ত বহুৱাই, পাওঁ
- √3 × 0
x =
√2
=> x = 0
গতিকে সমাধান টো হ'ল
x = 0 আৰু y = 0 /
3x 5y
(vi) - = - 2
2 3
Answer :-
3 3x 5y
=> 6 × - 6 × = - 2 × 6
2 3
=> 9x - 10y = - 12 -----------> (i)
2 x 3 y
=> 6 × + 6 × × 6
3 6
=> 2x + 3y = 13 ----------(ii)
সমীকৰণ (i) ৰ পৰা -----
9x = - 12 + 10y
- 12 + 10y
=> x = ---------> (iii)
9
x ৰ মান সমীকৰণ (ii) ত বহুৱাই, পাওঁ
2(- 12 + 10y)
=> + 3y = 13
=> - 24 + 47y = 13 × 9
=> 47y = 117 + 24
3
=> y = 3
y ৰ মান সমীকৰণ(iii) ত বহুৱাই পাওঁ
9
গতিকে সমাধান টো হ'ল x = 2 আৰু y = 3 /
2. 2x + 3y = 11 আৰু 2x - 4y = - 4y = - 24 ক সমাধান কৰা । ইয়াৰ পৰা 'm' ৰ মান উলিওৱা যাতে y = mx + 3 ।
Answer : -
2x + 3y = 11 -----------> (i)
2x - 4y = - 24 ---------> (ii)
সমীকৰণ(i) ৰ পৰা ----
2x = 11 - 3y
11 - 3y
=> x --------> (iii)
2
x ৰ মান সমীকৰণ (ii) ত বহুৱাই পাওঁ -----
(11 - 3y)
=> 2 - 4y = - 24
2
=> 11 - 3y - 4y = - 24
=> - 7y = - 24 - 11
=> - 7y = -35
5
y = 5
y ৰ মান সমীকৰণ(iii) ত, বহুৱাই পাওঁ-----
11 - 3 × 5
x =
2
11 - 15
=
2
2
সমীকৰণটো হ'ল = - 2 আৰু y = 5 /
এতিয়া
x আৰু y = mx + 3 ত বহুৱাই পাওঁ ---
y = mx + 3
=> 5 = mx + 3
=> 5 = m×(-2) + 3
=> 5 - 3 = - 2m
1
=> m = - 1 /
3. তলৰ সমস্যা বোৰৰ ক্ষেত্রত ৰৈখিক সমীকৰণৰ যোৰ গঠন কৰা আৰু প্ৰতিষ্ঠাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা ।
(i) দুটা সংখ্যাৰ পাৰ্থক্য 26 । এটা সংখ্যা আনটোৰ তিনিগুণ হ'লে সংখ্যা দুটা উলিওৱা ।
Answer :- ধৰাহল সংখ্যা দুটা x আৰু y ।
প্ৰশ্ন মতে x - y = 26 -------> (i)
আকৌ, x = 3y -------(ii)
x ৰ মান সমীকৰণ(i) ত, বহুৱাই আমি পাওঁ ----
3y - y = 26
=> 2y = = 26
13
26
=> y =
2
y ৰ মান সমীকৰণ(ii) ত বহুৱাই, আমি পাওঁ ----
x = 3×13
=> x = 39
: . সংখ্যা দুটা হ'ল 13 আৰু 39 /
(ii) দুটা সম্পূৰক (supplementary) কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্রী বেছি । কোণ দুটা নিৰ্ণয় কৰা ।
Answer :- ধৰাহল, ডাঙৰ কোনটো x আৰু সৰু y
প্ৰশ্ন মতে,
x + y = 180° --------> (i)
আকৌ, x = y + 18
=> x - y = 18 --------> (ii)
সমীকৰণ(i) ৰ পৰা ----
x = 180° - y ----------> (iii)
x ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ -----
180° - y - y = 18°
=> - 2y = 18° 180°
=> - 2y = - 162
81
162
=> y = 81°
2
y ৰ মান সমীকৰণ(iii) ত বহুৱাই আমি পাওঁ ----
x = 180° - 81°
=> x = 99°
: . কোণ 99° আৰু 81° /
(iii) এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7 খন বেট আৰু 6 টা বল কিনে 3800 টকাত । পিছত তেওঁ 3 খন বেট আৰু 5 টা বল কিনে 1750 টকাত । প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা ।
Answer :- ধৰাহল প্ৰতি খন বেট দাম x টকা । আৰু প্ৰতিটো বলৰ দাম y টকা ।
প্ৰশ্ন মতে
7x + 6y = 3800 -------> (i)
আকৌ, 3x + 5y = 1750 -------(i)
সমীকৰণ(i) ৰ পৰা ----
7x = 3800 - 6y
3800 - 6y
=> ----------(iii)
7
x ৰ মান সমীকৰণ(ii) ত বহুৱাই আমি পাওঁ----
(3800 - 6y)
=> 3 + 5y = 1750
7
11400 - 18y
=> + 5y = 1750
7
11400 - 18y + 35
=> + 5y = 1750
7
=> 11400 + 17y = 1750 × 7
=> 17y = 12250 - 11400
50
y ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ:-
500
: . প্ৰতি খন বেটৰ দাম 500 টকা ।
প্ৰতিটো বলৰ দাম 50 টকা /
(iv) এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্রম কৰা দূৰত্বৰ ভাড়াটো লগলাগি থাকে । 10 কি: মি: দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 শন কি: মি: ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কি: মি: ভ্ৰমণ এটাৰ ভাড়া কিমান? 25 কি: মি: দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব ?
Answer : - ধৰাহল, নিৰ্দিষ্ট ভাড় = x টকা । আৰু প্ৰতি কি, মি, ৰ ভাড়া= y টকা।
x + 10y = 105 -------> (i)
আকৌ, x + 15y = 155 --------> (ii)
x ৰ মান সমীকৰণ(ii) ত বহুৱাই, আমি পাওঁ----
105 = 10y + 15y - 155
=> 5y = 155 - 105
10
50
=> = = 10
5
y ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ----
x = 105 - 10×10
=> x - 105 - 100
=> x = 5
: . নিৰ্দিষ্ট ভাড় = 5 টকা আৰু প্ৰতি কি, মি, ৰ ভাড়া
= 5 + 25 × 10
=> 5 + 250
=> 255 টকা /
9
(v) এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয়
11
5
যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয়, তেন্তে ভগ্নাংশটো হয়
6
ভগ্নাংশটো উলিওৱা ।
Answer:- ধৰাহল, ভগ্নাংশ টো হ'ল
x
=
y
প্ৰশ্ন মতে,
x + 2 9
=
y + 2 11
=> 11(x +2) = 9(y+2)
=> 11x + 22 = 9y + 18
=> 11x - 9y = - 22
=> 11x - 9y = - 4 --------> (i)
আকৌ,
x + 3 5
=
y + 3 6
=> 6(x +3) = 5(y+3)
=> 6x + 18 = 5y + 15
=> 6x - 5y = - 18
=> 6x - 5y = - 3 --------> (ii)
সমীকৰণ(i) ৰ পৰা ----
11x = - 4 + 9y
- 4 + 9y
=> x = -------> (iii)
11
x ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ------
6( - 4 + 9y)
= - 5y = - 3
11
- 24 + 54y
=> = - 5y = - 3
11
- 24 + 54y - 55y
=> = - 3
11
=> - 24 - y = - 33
=> - y = - 33 + 24
=> - y = - 9
=> y = 9
y ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ------
7
- 4 + 77 77
=> x = = = 7
11 11
7
: . ভগ্নাংশ টো হ'ল =
9 /
(vi) . আজিৰ পৰা পাঁচ বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্রতকৈ তিনিগুণ হ'ব । পাঁচ বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্রতকৈ সাত গুণ আছিল । তেওঁলোকৰ বৰ্তমান বয়স কিমান ?
Answer :- ধৰাহল, জেকবৰ বৰ্তমান বয়স= x আৰু তেওঁৰ পুত্রৰ বৰ্তমান বয়স = y
: . 5 বছর পিছত, জেকবৰ বয়স x + 5
তেওঁৰ পুত্রৰ বয়স = y + 5
প্ৰশ্ন মতে, x + 5 = 3(y+5)
=> x + 5 = 3y + 15
=> x - 3y = 15 - 5
=> x - 3y = 10 ---------> (i)
5 বছৰ আগতে, জেকবৰ বয়স= x - 5
তেওঁৰ পুত্রৰ বয়স = y - 5
প্ৰশ্ন মতে, x - 5 = 7(y - 5)
=> x - 5 = 7y - 35
=> x - 7y = - 35 + 5
=> x - 7y = - 30 ----------> (ii)
সমীকৰণ (i) ৰ পৰা---
x = 10 + 3y ---------> (iii)
x ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ-----
=> 10 + 3y - 7y = - 30
=> - 4y = - 30 - 10
=> - 4y = - 40
10
40
=> = 10
4
y ৰ মান সমীকৰণ(iii) ত বহুৱাই, আমি পাওঁ---
x = 10 + 3 × 10
=> x = 10 + 30 = 40
: . জেকবৰ বৰ্তমান বয়স = 40 বছৰ ।
: . আৰু তেওঁৰ পুত্রৰ বৰ্তমান বয়স = 10 বছক /
অনুশীলনী 3.4
1. তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে সমাধা কৰা :
(i) x + y = 5 আৰু 2x - 3y = 4
Answer :-
অপনয়ন পদ্ধতি :-
x + y = --------> (i)
2x - 3y = 4 --------> (ii)
(i) × 2 => 2x + 2y = 10
(ii) ×1 => 2x - 3y = 4
(-) (+) (-)
5y = 6
6
=> y =
5
: . y ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ------
6
x + = 5
5
19
=
5
গতিকে, সমাধান টো হ'ল
প্ৰতিষ্ঠাপন পদ্ধতি :-
x + y = 5 -------> (i)
2x - 3y = 4 ------(ii)
সমীকৰণ(i) ৰ পৰা ---
x = 5 - y
x ৰ মান সমীকৰণ(ii) ত বহুৱাই পাওঁ -----
2(5-y) - 3y = 4
=> 10 - 2y - 3y = 4
=> - 5y = 4 - 10
=> - 5y = - 6
6
=> y =
5
y ৰ মান সমীকৰণ(iii) ত বহুৱাই পাওঁ---
6
x = 5 -
5
গতিকে সমাধান টো হ'ল
আৰু
(ii) 3x + 4y = 10 আৰু 2x - 2y - 2y = 3
Answer =>
3x + 4y = 10 --------> (i)
2x - 2y - 2y = 3 -----(ii)
(i)× 2 => 6x + 8y = 20
(ii) × 3 => 6x - 6y = 6
(-) (+) (-)
14y = 14
1
y ৰ মান সমীকৰণ (i) ত বহুৱাই পাওঁ---
3x + 4×1 = 10
=> 3x + 4 = 10
=> 3x = 10 - 4
2
6
=> x = = 2
3
গতিকে, সমাধান টো হ'ল x = 2 আৰু y = 1 /
প্ৰতিষ্ঠাপন পদ্ধতি :-
3x + 4y = 10 -----> (i)
সমীকৰণ (ii) ৰ পৰা ----
2x = 2 + 2y
=> 2x = 2(1+y)
= x = 1 + y ------> (iii)
: . x মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ----
=> 3(1+y) + 4y = 10
=> 3+3y+4y = 10
=> 7y = 10 - 3
: . y ৰ মান সমীকৰণ (iii) ত বহুৱাই পাওঁ
x = 1 + 1 = 2
গতিকে সমাধান টো হ'ল
x = 2 আৰু y = 1 /
(iii) 3x - 5y - 4 = 0 আৰু 9x = 2y + 7
Answer :- অপনয়ন পদ্ধতি :-
3x - 5y = 4 -------> (i)
9x - 2y = 7 --------> (ii)
(i) × 3 => 9x - 15y = 12
(ii) × 3 => 9x - 2y = 7
(-) (+) (-)
- 13y = 5
y ৰ মান সমীকৰণ (i) ত বহুৱাই পাওঁ ----
9
গতিকে, সমাধান টো হ'ল
9 - 5
x = আৰু y =
13 13 /
x 2y y
(iv) + = - 1 আৰু - = 3
2 3 3
Answer :-
অপনয়ন পদ্ধতি:-
3 x 2 2y
6 × + 6 × = - 1 × 6
2 3
=> 3x + 4y = - 6 ------> (i)
y
3×x -3× = 3×3
2
=> 3x - y = 9 -------> (ii)
(i)×1 => 3x + 4y = - 6
(ii)×1=> 3x - y = 9
(-) (+)
5y = - 15
3
=> y = - 3
: . y ৰ মান সমীকৰণ (ii) ত বহুৱাই পাওঁ-----
3x - (-3) = 9
=> 3x + 3 = 9
=> 3x = 9 - 3
2
=> x = 2
গতিকে, সমাধান টো হ'ল x = 2 আৰু y = - 3 /
প্ৰতিস্থাপন পদ্ধতি :-
6 × x 6 × 2y
=> + = - 1 × 6
2 3
=> 3x + 4y = - 6 ------------(i)
y
=> 3×x - 3 × = 3×3
3
=> 3x - y = 9 --------> (ii)
সমীকৰণ (ii) ৰ পৰা ----
3x = 9 + y
9 + y
x = ---------(iii)
3
: . x ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ----
=> 5y = - 6 - 9
3
=> y = - 3
y ৰ মান সমীকৰণ(iii) ত বহুৱাই পাওঁ---
9 - 3
=
3
2
6
=>
3
=> 2
গতিকে, সমাধান টো হ'ল x = 2 আৰু y = - 3 /
3y 5x y x 13
(v) - = - 2 আৰু + =
2 3 3 3 6
Answer :-
3x 5x
- = - 2
2 3
3 3y 5x
=> 6 × - 6 = - 2 × 6
2 3
=> 9y - 10x = - 12 ----------(i)
2 y x 13
=> 6 × + 6 × = 6 ×
3 3 6
=> 2x + 2x = 13 -------> (ii)
(i)×2 => 18y - 20x = - 24
(ii)×9 => 18y + 18x = 117
(-) (-) (-)
- 38x = 141
x ৰ মান সমীকৰণ(ii) ত বহুৱাই পাওঁ---
19
53
গতিকে, সমাধান টো হ'ল
প্ৰতিস্থাপন পদ্ধতি :-
3 3y 2 5x
=> 6 × - 6 × = - 2 × 6
2 3
=> 9y - 10x = - 12 ------> (i)
2 y 2 x 13
=> 6 × - 6 × = × 6
3 3 6
=> 2y + 2x = 13 ------> (ii)
সমীকৰণ (i) ৰ পৰা -----
9y = - 12 + 10x
- 12 + 10x
=> y = -------> (iii)
9
y ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ-
- 24 - 20x
=> + 2x = 13
9
- 24 + 20x + 18x
=> = 13
9
=> - 24 + 38x = 13×4
=> 38x = 117+24
x ৰ মান সমীকৰণ(ii) ত বহুৱাই আমি পাওঁ-
19
53
গতিকে, সমাধান টো হ'ল
x y
(vi) x - y = 3 আৰু + = 6
3 2
Answer :- অপনয়ন পদ্ধতি : -
x - y = 3 ---------> (i)
x y
+ = 6
3 2
2 x 3 y
=> 6 × + 6 × = 6 × 6
3 2
=> 2x + 3y = 36 ------> (ii)
(i)×2=> 2x - 2y = 6
(ii)×1=>2x + 3y = 36
(-) (-) (-)
- 5y = - 30
6
30
=> y =
5
=> y = 6
: . y ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ-
x - 6 = 3
=> x = 3 + 6
=> x =9
গতিকে, সমাধান টো হ'ল x = 9 আৰু y = 6 /
প্ৰতিস্থাপন পদ্ধতি :-
x - y = 3 ------> (i)
2 x 3 y
=> 6 × + 6 × = 6 × 6
3 2
=> 2x + 3y = 36 -------(ii)
সমীকৰণ (i) ৰ পৰা ----
x = 3 + y -------(iii)
: . x ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ-
2(3+y) + 3y = 36
=> 6+2y+3y = 36
=> 5y = 36 - 6
6
30
=> =
8
=> y = 6
: . y ৰ মান সমীকৰণ(iii) ত বহুৱাই আমি পাওঁ-
x = 3 + 6
= 9
গতিকে, সমাধান টো হ'ল x = 9 , y = 6 /
8 9 10 6
(vii) - = 1 আৰু + = 7
x y x y
Answer :-
অপনয়ন পদ্ধতি : -
8 9
- = 1 -----------> (i)
x y
10 6
+ = 7 -----------> (ii)
x y
1 1
ধৰাহল, = p আৰু = q
x y
সমীকৰণ (i) ৰ পৰা 8p - 9q = 1 -------> (iii)
সমীকৰণ (ii) ৰ পৰা ----- 10p+ 6q = 7 ------------> (iv)
(iii)×5 => 40p - 45q = 5
(iv)×4 => 40p + 24q = 28
(-) (-) (-)
- 69 = - 23
1
23
=> q =
6q
3
1
=> q =
3
q ৰ মান সমীকৰণ ( iii) ত বহুৱাই আমি পাওঁ-
3 1
8p - 9 × = 1
3
=> 8p - 3 = 1
=> 8p = 1 + 3
1
4
=> = = ½
8
2
এতিয়া,
1 1
=> = p আৰু = q
x y
=> x = 2 => y = 3
গতিকে, সমাধান টো হ'ল x = 2 আৰু y = 3 /
প্ৰতিস্থাপন পদ্ধতি : -
8 9
- = 1 --------> (i)
x y
10 6
- = 7 --------> (ii)
x y
1 1
ধৰাহল = p আৰু = q
x y
সমীকৰণ (i) => 8p - 9q = 1 ---------> (iii)
সমীকৰণ (ii) => 10p + 6q = 7 ---------(iv)
সমীকৰণ (iii) ৰ পৰা ----
8p = 1 + 9q
1 + 9q
=> p --------------> (v)
8
: . P ৰ মান সমীকৰণ (iv) ত বহুৱাই আমি পাওঁ-
5 1 + 9q
10 ( ) + 6q = 7
8
4
=> 5 + 6q = 7 × 4
=> 69q = 28 - 5
1
3
=> q = ⅓
: . ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
=> 8p - 3 = 1
=> 8p = 1+3
1
4
=> p = = ½
8
2
এতিয়া,
1 1 1 1
= আৰু =
x 2 y 3
=> x = 2 , => y = 3
গতিকে, সমাধান টো হ'ল x = 2 আৰু y = 3 /
2. তলৰ সমস্যা বোৰৰ ৰৈখিক সমীকৰণ যোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান (যদি থাকে) অপনয়ন পদ্ধতিৰে উলিওৱা :
(i) যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হয়গৈ 1 ।
আমি যদি অকল হৰটোতহে 1 যোগ কৰো তেন্তে ই হয়গৈ ½ । ভগ্নাংশটো কি ?
Answer :-
x
ধৰাহল, ভগ্নাংশ টো =
y
প্ৰশ্ন মতে,
=> x + 1 = y - 1
=> x - y = - 1 - 1
=> x - y = - 2 ------------(i)
আকৌ,
=> 2x = y + 1
=> 2x - y = 1 -------> (ii)
(i)×2=> 2x - 2y = - 4
(ii)×1=> 2x - y = 1
(-) (+) (-)
- y = - 5
=> y = 5
: . y ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ-
x - 5 = - 2
=> x = 5 - 2
=> x = 3
: . নিৰ্ণয় ভগ্নাংশ টো
3
=
5 /
(ii) পাঁচ বছৰ আগতে নুৰৰ বয়স চুনুৰ তিনিগুণ আছিল। দহ বছৰ পিছত নুৰ চুনুৰ দুগুণ ডাঙৰ হ'ব । নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান ?
Answer :- ধৰাহল , নুৰৰ বৰ্তমান বয়স x বছৰ, আৰু নুৰ বৰ্তমান বয়স y বছৰ ।
5 বছৰ আগতে :- নুৰৰ বয়স = x - 5
চুনুৰ বয়স y = - 5
প্ৰশ্ন মতে, x - 5 = 3(y-5)
=> x - 5 = 3y - 15
=> x - 3y = - 15 + 15
=> x - 3y = - 10 --------(i)
10 বছৰ পিছত :- নুৰৰ বয়স = x + 10
চুনুৰ বয়স = y + 10
প্ৰশ্ন মতে, x + 10 = 2(y+10)
=> x + 10 = 2y + 20
=> x - 2y = 20 - 10
=> x - 2y = 10 ---------> (ii)
(i)-(ii) x - 3y - (x-2y) = - 10 - 10
=> x - 3y - x + 2y = - 20
=> - y = - 20
=> y = 20
: . y ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ-
x - 2 × 20 = 10
=> x - 40 = 10
=> x = 10 + 40
=> x = 50
: . নুৰৰ বৰ্তমান বয়স = 50 বছৰ ।
আৰু চুনুৰ বৰ্তমান বয়স = 20 বছৰ । /
(iii) দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 । আকৌ এই সংখ্যাটোৰ ন গুণ ল'লে সংখ্যা টোৰ অংক দুটাক সালসলনি কৰি পোৱা সংখ্যা টোৰ দুগুণৰ সমান হয়। সংখ্যা টো উলিওৱা।
Answer :- ধৰাহল, দহক স্থানৰ অংকটো = x
আৰু একক স্থানৰ অংকটো = y
: . সংখ্যা টো হ'ব = 10x + y
প্ৰশ্ন মতে,
x + y = 9 --------> (i)
আকৌ, 9(10x + y) = 2(10y + x)
=> 90x + 9y = 20y + 2x
=> 90x - 2x + 9y - 20y = 0
=> 88x - 11y = 0
=> 11(8x -y) = 0
=> 8x - y = 0----------(ii)
(i)×8=> 8x + 8y = 72
(ii)×1=>8x - y = 0
(-) (+) (-)
9y 72
8
72
y = = 8
9
: . y ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ-
x + 8 = 9
=> x = 9 - 8
=> x = 1
: . নিৰ্ণয় সংখ্যা টো = 10 × 1 + 8
=> 18 /
(iv) মীনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল । তাই ধনভৰালীক মাত্র 50 টকীয়া আৰু 100 টকীয়া আৰু নোটহে দিবলৈ ক'লে । মীনাই মুঠতে 25 খন নোট পালে । তাই 50 টকিয়া আৰু 100 টকীয়া নোট কেইখনকৈ পালে ?
Answer :- ধৰাহল 50 টকীয়া নোটৰ সংখ্যা = x
আৰু 100 টকীয়া নোটৰ সংখ্যা = y
প্ৰশ্ন মতে x + y = 25
আকৌ, 50x + 100y = 2000
=> 50(x + 2y) = 50 × 40
=> x + 2y =40-------> (ii)
(ii)-(i) => x + 2y - (x+y) =40 - 25
=> x +2y - x - y = 15
=> y = 15
: . y ৰ মান সমীকৰণ (i) ত বহুৱাই আমি
x + 15 = 25
=> x = 25 - 15
=> x = 10
: . নিৰ্ণয় 50 টকীয়া নোটৰ সংখ্যা = 10 খন ।
আৰু 100 টকীয়া নোটৰ সংখ্যা = 15 খন । /
(v) কিকাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম তিনি দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা ওপৰঞ্চি মাচুল লয় । ৰিতাই এখন কিতাপ সাত দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু শচীয়ে এখন কিতাপ পাঁচদিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা । নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিওৱা ।
Answer : - ধৰাহল, নিৰ্দিষ্ট মাচুল = x টকা ।
আৰু প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুল = y টকা ।
প্ৰশ্ন মতে, x + 4y = 27 -------(i)
আকৌ, x + 2y = 21 --------> (ii)
(i) - (ii) x + 4y - (x+2y) = 27 - 21
=> x + 4y - x - 2y = 6
=> 2y = 6
3
6
=> = 3
2
: . y ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ-
x + 4 × 3 = 27
=> x + 12 = 27
=> x = 27- 27
= x = 15
: . নিৰ্ণয় নিৰ্দিষ্ট মাচুল = 15 টকা
আৰু প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুল = 3 টকা /
অনুশীলনী 3.5
1. তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ যোৰৰ অদ্বিতীয় সমাধান আছে , সমাধান নাই, নাইবা অসীম সংখ্যক সমাধান আছে ? যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্রত বজ্ৰ-গুণৰ পদ্ধতি ব্যবহাৰ কৰি সমাধান কৰা ।
(i) x - 3y - 3 = 0
3x - 9y - 2 = 0
Answer : - ইয়াত
a 1
¹
=
a 3
²
1
b - 3 1
¹
= =
b - 9 3
² 3
যিহেতু
a b c
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ কোনো সমাধান নাই । /
(ii) 2x + y = 5
3x + 2y = 8
Answer : - ইয়াত
যিহেতু ,
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ অদ্বিতীয় সমাধান আছে ।
বজ্র - পুৰণ পদ্ধতি :-
2x + y - 5 = 0--------> (i)
3x +2y - 8 = 0 --------> (ii)
x y 1
=> = =
- 8 + 10 - 15 + 16 4 - 3
এতিয়া,
x 1 y 1
=> = আৰু =
2 1 1 1
=> x = 2 => y = 1
গতিকে সমাধান টো হ'লx = 2 আৰু y = 1 /
(iii) 3x - 5y = 20
6x - 10y = 40
Answer : -
b 1
¹ - 5 1
= =
b - 10 2
² 2
c 1
¹ 20 1
= =
c - 40 2
² 2
যিহেতু,
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ অসীম সংখ্যক সমাধান আছে /
(iv) x - 3y - 7 = 0
3x - 3y - 15 = 0
Answer : -
ইয়াত,
b 1
¹ - 3 1
= =
b - 3 1
² 1
যিহেতু
¹ ²
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ অদ্বিতীয় সমাধান আছে ।
বজ্ৰ-গুণন পদ্ধ : -
x - 3y - 7 = 0 ---------->(i)
3x - 3y - 15 = 0 -------> (ii)
-3 -7 1 -3
-3 -15 3 -3
x y 1
= =
-3×(-15) - (-3) × (-7) - 7 × 3 - (- 15) × 1 1 × (-3) - 3
x y 1
=> = =
45 - 21 - 21 + 15 - 3 + 9
x y 1
=> = =
24 - 6 6
এতিয়া,
x 1 y 1
=> = আৰু =
24 6 - 6 6
4 1
=> x = 4 => y = - 1
সমীকৰণ টোৰ সমাধান x = 4, আৰু y = - 1 /
(v) 2x + 3y = 6
4x + 6y = 12
Answer : -
ইয়াত,
b 1
¹ - 3 1
= =
b - 6 2
² 2
c 1
¹ 6 1
= =
c - 12 2
² 2
যিহেতু
² ² ²
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ অসীম সংখ্যক সমাধান আছে /
Q (vi) x - 2y = 6
3x - 6y = 0
Answer : -
ইয়াত,
b 1
¹ - 2 1
= =
b - 6 3
² 3
যিহেতু,
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ কোনো সমাধান নাই /
3a 2b
(vii) Q Answer . - = - 5 ----------> (i)
x y
a 3b
= = 2 ----------> (ii)
x y
ধৰাহল,
a b
= p আৰু = q
x y
সমীকৰণ (i) টো -----
3p - 2q = - 5 -------(iii)
সমীকৰণ (ii) টো ----
p + 3q = 2 -------(iv)
ইয়াত,
যিহেতু,
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ অদ্বিতীয় সমাধান আছে ।
বজ্ৰ-গুণন পদ্ধতি : -
3p - 2q + 5 = 0
p + 3q - 2 = 0
- 2 5 3 - 2
3 - 2 1 3
p q 1
= =
- 2×(-2) - 3 × 5 5×1-(-2)×3 3×3-1×(-2)
p q 1
=> = =
4 - 15 5 + 6 9 + 2
p 1 a 1
=> = আৰু =
- 11 11 11 11
1 1
- 11 11
=> p = 1 , => q = = 1
11 11
এতিয়া,
=> x = - a => y = b
: . সমাধান টো হ'ল x = - a আৰু y = b /
(viii) 2x + y - 15 = 0
3x - y - 5 = 0
Answer :-
ইয়াত,
যিহেতু
: . উক্ত ৰৈখিক সমীকৰণ যোৰৰ অদ্বিতীয় সমাধান আছে ।
বজ্ৰ-গুণন পদ্ধতি :-
2x + y - 15 = 0 --------(i)
3x - y - 5 = 0 ---------(ii)
1 - 15 2 1
- 1 - 5 3 - 1
x y 1
= =
1×(-5) - (-1)×(-15) - 15×3-(-5)×2 2×(-1)-2×1
x y 1
=> = =
- 5 - 15 - 45 + 10 - 2 - 3
এতিয়া,
x 1 y 1
= আৰু =
- 20 - 5 - 35 - 5
4 7
- 20 - 35
=> x => y
- 5 - 8
=> x = 4 => y = 7
: . সমীকৰণ টো হ'লx = 4 , আৰু y = 7 /
2. (i) a আৰু b ৰ কি মানৰ ক্ষেত্রত তলৰ ৰৈখিক সমীকৰণ যোৰৰ অসীম সংখ্যক সমাধান সমাধান থাকিব ?
2x + 3y = 7
(a - b)x + (a + b)y = 3a + b - 2
Answer :-
ইয়াত, a = 2 , b = 3, c = 7
¹ ¹ ¹
a = a-b , b = a+b , c = 3a+b-2
² ² ²
যিহেতু, ৰৈখিক সমীকৰণ যোৰৰ অসীম সংখ্যক সমাধান আছে ।
2 3 7
=> = =
a - b a + b 3a+b-2
এতিয়া,
=> 3(a-b) = 2(a+b)
=> 3a - 3b = 2a+2b
=> 3a-2a = 2b + 3b
=> a = 5b ------------------(i)
আকৌ,
=> 3(3a+b-2) = 7(a+b)
=> 9a+3b-6 = 7a+7b
=> 9a-7a+3b-7b=6
=> 2a-4b=6
=> 2×5b-4b=6 [ (i) ৰ পৰা ]
=> 10b - 4b = 6
=> 6b = 6
1
6
=> b = 1
6
: . ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ-
a = 5 × 1
=> a = 5
: . নিৰ্ণয় মান a = 5 আৰু b = 1 /
(ii) k ৰ কি মানৰ ক্ষেত্রত তলৰ ৰৈখিক সমীকৰণ যোৰৰ কোনো সমাধান নাই ?
3x + y = 1
(2k - 1) x + (k - 1) y = 2k + 1
Answer :- ইয়াত,
ইয়াত, a = 3 , b = 1, c = 1
¹ ¹ ¹
a = 2k - 1 , b = k - 1 , c = 2k + 1
² ² ²
যিহেতু ৰৈখিক সমীকৰণ যোৰৰ কোনো সমাধান নাই ।
3 1 1
=> = =
2k - 1 k - 1 2k + 1
এতিয়া
=> 3(k - 1) = 2k - 1
=> 3k - 3 = 2k - 1
=> 3k - 2k = - 1 + 3
=> k = 2
: . নিৰ্ণয় k ৰ মান হ'ল 2 /
(iii) p ৰ কি মানৰ বাবে Px - y = 2 , 6x - 2y = 3 সমীকৰণ যোৰৰ একমাত্র সমাধান থাকিব ?
Answer :- ইয়াত,
a = p , b = 1, c = 2
¹ ¹ ¹
a = 6 , b = 2, c = 3
² ² ²
যিহেতু ৰৈখিক সমীকৰণৰ যোৰৰ একমাত্র সমাধান আছে ।
3
=> p ≠ 3
গতিকে, p ৰ 3 ৰ বাহিৰে সকলো মানৰ ক্ষেত্রত প্ৰদত্ত সমীকৰণ যোৰৰ একমাত্র সমাধান থাকিব ।
(iv) k ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণ যোৰৰ কোনো সমাধান নাথাকে ।
(3k+ 1)x + 3y - 2 = 0 , (K² + 1) x + (k - 2)y - 5 = 0
Answer :- ইয়াত,
a = 3k + 1 , b = 3, c = - 2
¹ ¹ ¹
a = k² + 1 , b = k - 2 , c = - 5
² ² ²
যিহেতু, ৰৈখিক সমীকৰণ যোৰৰ কোনো সমাধান নাথাকে ।
এতিয়া,
=> (3k + 1) (k - 2) = 3(k² + 3)
=> 3k(k - 2) + 1(k - 2) = 3k² + 3
=> 3k² - 6k + k - 2 = 3k² + 3
=> - 5k = 3 + 2
=> k = - 1 /
(v) m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণ যোৰৰ অসীম সমাধান থাকে ।
mx + 4y + m - 4 , 16x + my = m
Answer :-
a = m , b = 4, c = m - 4
¹ ¹ ¹
a = 16 , b = m , c = m
² ² ²
যিহেতু, ৰৈখিক সমীকৰণ যোৰৰ অসীম সংখ্যক সমাধান আছে ।
এতিয়া,
=> m² = 16 × 4
=> m² = 64
=> m = ± √64
=> m = ±
আৰু
4 m - 4
=
m m
=> 4 = m - 4
=> 4 + 4 = m
=> m = 8
: . নিৰ্ণেয় m ৰ মান 8 /
3. Q প্ৰতিস্থাপন আৰু বজ্ৰ-গুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ যোৰৰ সমাধান উলিওৱা :
(i) 8x + 5y = 9
3x + 2y = 4
Answer :-
প্ৰতিস্থাপন পদ্ধতি :-
8x + 5y = 9 ----------> (i)
3x + 2y = 4 ---------> (ii)
সমীকৰণ(i) ৰ পৰা -----
8x = 9 - 5y
9 - 5y
=> x ------> (iii)
8
x ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
27 - 15y + 16y
=> + = 4
8
=> 27 = y = 32
=> y = 32 - 27
=> y = 5
y ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
3
=> x = - 3
গতিকে, সমাধান টো হ'ল x = - 3 আৰু y = 5 /
বজ্ৰ-গুণন পদ্ধতি :-
8x + 5y - 9 = 0 --------> (i)
3x + 2y - 4 = 0 ----------> (ii)
5 - 9 8 5
2 - 4 3 2
x y 1
= =
5×(-4) - 2×(-9) - 9×3-(-4)×8 8×2-3×5
x y 1
=> = =
- 20 + 18 - 27 + 32 16 - 15
এতিয়া,
x 1 y 1
= আৰু =
- 2 1 5 1
=> x = - 2 => y = 5
: .সমাধান টো হ'ল x = - 2 আৰু y = 5 /
(ii) 4x - 3y = 23
3x + 4y = 11
Answer :-
প্ৰতিস্থাপন পদ্ধতি :-
4x - 3y = 23 -------> (i)
3x + 4y = 11 --------> (ii)
সমীকৰণ (i) ৰ পৰা ----
4x = 23 + 3y
23 + 3y
=> x --------> (iii)
4
x ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ-
=> 69 + 25y = 44
=> 25y - 44 = - 69
=> y = - 1
y ৰ মান সমীকৰণ(iii) ত বহুৱাই আমি পাওঁ-
=> x = - 5
: . সমাধান টো হ'ল x = 5 , আৰু y = - 1
4x - 3y - 23 = 0 ------> (i)
3x + 4y - 11 = 0 --------(ii)
- 3 - 23 4 - 3
4 - 11 3 4
x y 1
= =
(-3)×(-11) - 4×(-23) - 23×3-(-11)×4 4×4-3×(-3)
x y 1
=> = =
33 + 92 - 69 + 44 16 × 9
এতিয়া
x 1 y 1
=> = আৰু = =
125 25 - 25 25
=> x = 5 => y = - 1
: . সমাধান টো হ'ল x = 5 , আৰু y = - 1 /
(iii) 2x + 3y - 11 = 0
4x - 3y + 5 = 0
Answer :-
2x + 3y - 11 = 0 ---------> (i)
4x - 3y + 5 = 0 ------(ii)
সমীকৰণ(i) ৰ পৰা ------
2x = 11 - 3y
11 - 3y
=> x = --------> (iii)
2
x ৰ মান সমীকৰণ (ii) বহুৱাই পাওঁ -----
24 × (11 - 3y)
- 3y + 5 = 0
2
=> 22 - 6y - 3y + 5 = 0
=> 27 - 9y = 0
=> - 9y = - 27
3 27
=> y = = 3
9
: . y ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
11 - 3 × 3
x =
2
=> 1
: . সমাধান হ'ল x = 1 আৰু y = 3 /
বজ্ৰ-গুণন পদ্ধতি :-
2x + 3y - 11 = -------> (i)
4x - 3y + 5 = 0 --------> (ii)
3 - 11 2 3
- 3 5 4 - 3
x y 1
= =
3 × 5 - (3)×(-11) - 11 × 4 - 5 × 2 2 ×(-3) - 4 × 3
x y 1
=> = =
15 - 35 - 44 - 10 - 6 - 12
x y 1
=> = =
- 18 - 54 - 18
x 1 y 1
=> = আৰু =
- 18 - 18 - 54 - 18
- 18 1 - 54 3
=> x = y =
- 18 - 18
=> x = 1 => y = 3
গতিকে, সমাধান হ'ল x = 1 আৰু y = 3 /
(iv) 5x + 7y = 19
3y + 2y = 7
Answer :- প্ৰতিস্থাপন পদ্ধতি :-
5x + 7y = 19 --------> (i)
3x + 2y = 7 ---------(ii)
সমীকৰণ (i) ৰ পৰা ------
5x = 19 - 7y
19 - 7y
=> x --------(iii)
5
x ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ-
=> 57 - 11y = 35
=> - 11y = 35 - 57
=> - 11y = - 22
2 22
=> y =
11
=> y = 2
: . y ৰ মান সমীকৰণ (iii) বহুৱাই আমি পাওঁ-
19 - 7 × 2
x =
5
=> 1
গতিকে, সমাধান x = 1 আৰু y = 2 /
বজ্ৰ-গুণন পদ্ধতি :-
5x + 7y - 19 = 0 --------> (i)
3x + 2y - 7 = 0 --------> (ii)
7 - 19 5 7
2 - 7 3 2
x y 1
= =
7 × ( - 7 ) - 2 × (-19) - 19 × 3 - ( - 7 ) × 5 5 × 2 - 3 × 7
x y 1
=> = =
- 49 + 38 - 57 + 35 10 - 21
x y 1
=> = =
- 11 - 22 - 11
এতিয়া,
x 1 y 1
=> = আৰু =
- 11 - 11 - 22 - 11
- 11 1 - 22 2
x => y =
- 11 - 11
=> x = 1 => y = 2
: . সমাধান টো হ'ল x = 1 আৰু y ৰ মান = 2 /
4. তলৰ সমস্যা বোৰক লৈ ৰৈখিক সমীকৰণৰ যোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা (যদি বৰ্তেে) ।
(i) কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন খাদ্য গ্রহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে । যেতিয়া এজন ছাত্র A ই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্রাবাসৰ মাচুল দিব লাগে 1000 টকা । আকৌ এজন ছাত্র B য়ে যদি 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা । নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনত খাদ্যৰ দাম কি উলিওৱা ।
Answer : - ধৰাহল নিৰ্দিষ্ট মাচুল = x টকা ।
আৰু প্ৰতিদিনত খাদ্যৰ মাচুল = y টকা ।
প্ৰশ্ন মতে; x + 20 y = 1000 -------> (i)
আকৌ x + 26y = 1180 ------> (ii)
(ii) - (i) x + 26y - (x + 20y) = 1180 - 1000
=> x + 26 - x - 20y = 180
=> 6y = 180
30
180
=> y =
6
=> y = 30
: . y ৰ মান সমীকৰণ (ii) ত বহুৱাই পাওঁ ----
x + 20 × 30 = 1000
=> x + 600 = 1000
=> x = 1000 - 600
=> x = 400
:. নিৰ্ণেয় নিৰ্দিষ্ট মাচুল = 400 টকা । আৰু প্ৰতিদিনৰ খাদ্যৰ মাচুল = 30 টকা /
(ii) এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিব ই হয়গৈ ⅓ ; আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয়গৈ ¼ । ভগ্নাংশটো নিৰ্ণয় কৰা ।
x
Answer :- ধৰাহল, ভগ্নাংশ টো হ'ল
y
প্ৰশ্ন মতে,
=> 3x - 3 = y
=> 3x - y = 3 -------> (I)
আকৌ
=> 4x = y + 8
=> 4x - y = 8 -------> (ii)
(i) × 4 => 12x - 4y = 12
(ii) × 3 => 12x - 3y = 24
(-) (+) (-)
- y = - 12
=> y = 12
: . y ৰ মান সমীকৰণ(ii) ত বহুৱাই আমি পাওঁ-
4x - 12 = 8
=> 4x = 8 + 12
5
=> x = 5
: . নিৰ্ণেয় ভগ্নাংশ টো হ'ল
5
=>
12 /
(iii) এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ, য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ । যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন, তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন । পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল ?
Answer :- ধৰাহল পৰীক্ষাত শুদ্ধ উত্তৰৰ প্ৰশ্ন আছিল = x টা আৰু অশুদ্ধ উত্তৰৰ প্ৰশ্ন আছিল = y টা।
: . মুঠ প্ৰশ্ন আছিল = x + y
প্ৰশ্ন মতে,
3x - y = 40 ----->(i)
আকৌ 4x - 2y = 50 ------> (ii)
(i) × 4 => 12x - 4y = 160
(ii) × 3 => 12x - 6y = 150
(-) (+) (-)
2y = 10
=> y = 5
: . y ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ-
3x - 5 = 40
=> 3x = 40 + 5
=> x = 15
: . মুঠ প্ৰশ্ন আছিল = 15 + 5
=> 20 টা । /
(iv) ঘাইপথ এটাৰ ওপৰৰ দুখন ঠাই A আৰু B ৰ দূৰত্ব 100 কি, মি, এখন গাড়ী A ৰ পৰা আৰু একে সময়তে আন গাড়ী B ৰ পৰা ৰাওনা হয় । যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্রুতিৰে যাত্রা কৰে, তেন্তে ইহঁত 5 ঘন্টাৰ পিছত লগ হয় । যদি সিহঁতৰ এখনে আন খনৰ দিশলৈ যাত্রা কৰে, তেন্তে সিহঁত 1 ঘন্টা পিছত লগ হয় । গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান ?
Answer :- ধৰাহল A ৰ পৰা ৰাওনা হোৱা গাড়ীৰ দ্ৰুতি = x km/hr আৰু B ৰ পৰা ৰাওনা হোৱা গাড়ীৰ দ্ৰুতি = y km/hr আপেক্ষিক দ্ৰুতি যেতিয়া একে দিশত যাত্রা কৰে = x - y আৰু আপেক্ষিক দ্ৰুতি যেতিয়া এখনে আনখনৰ দিখত যাত্রা কৰে = x + y আমি জানো ;
দুৰত্ব
সময় =
দ্ৰুতি
প্ৰশ্ন মতে
=> 5(x-y) = 100
=> x - y = 20 ---------> (i)
=> x + y = 100 ------> (ii)
=> x - y + x + y = 20 + 100
=> 2x = 120
=> x = 60
: . x ৰ মান সমীকৰণ(ii) ত বহুৱাই আমি পাওঁ-
60 + y = 100
=> y = 100 - 60
=> y = 40
: . গাড়ী দুখনৰ দ্ৰুতি হ'ল 60 km/hr আৰু 40 km/hr /
(v) এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি ক
কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় । যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় । আয়তটোৰ দীঘ আৰু প্ৰস্থ উলিওৱা ।
Answer :- ধৰাহল আয়তটোৰ দীঘ = x আৰু প্ৰস্থ = y
: . আয়তটোৰ কালি = xy
প্ৰশ্ন মতে
(x - y) (y + 3) = xy - 9
=> x(y + 3) - 5(y + 3) = xy - 9
=> xy + 3x - 5y - 15 = xy - 9
=> 3x - 5y = 15 - 9
=> 3x - 5y = 6 ------> (i)
আকৌ (x + 3) (y + 2) = xy + 67
=> x(y + 2) + 3(y + 2) = xy + 67
=> xy + 2x + 3y + 6 = xy + 67
=> 2x + 3y = 67 - 6
=> 2x + 3y = 61 -------> (ii)
(i) × 2 => 6x - 10y = 12
(ii) × 3 => 6x + 9y = 183
(-) (-) (-)
- 19 = - 17
=> y = 9
: . y ৰ মান সমীকৰণ (ii) ত বহুৱাই আমি পাওঁ-
2x + 3 × 4 = 61
=> 2x + 27 = 61
=> 2x = 61 - 27
37 17
=> =
2
=> = 17
: . নিৰ্ণেয় আয়তটোৰ দীঘ= 17 একক আৰু প্ৰস্থ 9 একক ।
অনুশীলনী 3.6
1. ৰৈখিক সমীকৰণৰ যোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমসমীকৰণ যোৰ কেইটা
সমাধান কৰা :
Answer :-
1 y
+ = 2 --------->(i)
2x 3y
1 1 13
+ = ---------->(ii)
3x 2y 6
1 1
ধৰাহল = p আৰু = q
x y
সমীকৰণ (i) ----
3 P 2 q
=> 6 × + 6 × = 2 × 6
2 3
=> 3p + 2q = 12 ------> (iii)
সমীকৰণ (ii) ৰ পৰা
2 P 3 q 13
=> 6 × + 6 × = × 6
3 2 6
=> 2p + 3q = 13 ------> (iv)
(iii) × 2 => 6p + 4q = 24
(iv) × 3 => 6p + 9q = 39
(-) (-) (-)
- 5q = 15
3
15
=> q =
5
=> q = 3
: . q ৰ মান সমীকৰণ(iv) ত বহুৱাই আমি পাওঁ-
2p + 3 × 3 = 13
=> 2p + q = 13
=> 2p = 13 - 9
4 2
=> p = = 2
2
সমাধান টো হ'ল
2 3
(ii) + = 2
√x √y
Answer :-
2 3
+ = 2 ------->(i)
√x √y
4 9
+ = - 1 ------>(ii)
√x √y
ধৰাহল
সমীকৰণ(i) 2p + 3q = 2 -------> (iii)
সমীকৰণ (ii) 4p - 9q = - 1 ------> (iv)
(iii) × 2 => 4p + 6q = 4
(iv) × 1 => 4p + 9q = - 1
(-) (+) (+)
15q = 5
q ৰ মান সমীকৰণ(iii) ত বহুৱাই আমি পাওঁ-
=> 2p + 1 = 2
=> 2p = 2 - 2
1
=> p =
2
1 1
: . = p আৰু = q
√x √y
1 1 1 1
=> = => =
√x² 2 √y 3
=> (√x)² = (2)² => (√y)² = (3)²
=> x = 4 => y = 9
: . ৰৈখিক সমীকৰণ যোৰৰ সমাধান টো হ'ল x = 4 আৰু y = 9 /
Answer :-
4
+ 3y = 14 --------> (i)
x
3
- 4y = 23 --------->(ii)
x
ধৰাহল,
সমীকৰণ (i) => 4x + 3y = 14 -------> (iii)
সমীকৰণ (ii) => 3p - 4y = 23 --------> (iv)
(iii) × 3 => 12p + 9y = 42
(iv) × 4 => 12p - 16q = 92
(-) (+) (-)
+ 25y = - 50
50 2
y =
=> y = - 2
: . y ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
4p + 3 × ( - 2) = 14
=> 4p - 6 = 14
=> 4p = 20
: . সমাধান টো হ'ল
5 1
(iv) + = 2
x - 1 y - 2
Answer :-
5 1
+ = 2 --------> (i)
x - 1 y - 2
6 3
+ = 1 -------> (ii)
x - 1 y - 2
ধৰাধৰাহল
1 1
= p আৰু = q
x - 1 y - 2
সমীকৰণ (i) => 5p + q = 2 --------> (iii)
সমীকৰণ(ii) => 6p - 3q = 1 ------> (iv)
(iii) × 6 = 30p + 6q = 12
(iv) × 5 = 30p - 15q = 5
(-) (+) (-)
21q = 7
: . q ৰ মান সমীকৰণ (iv) ত বহুৱাই আমি পাওঁ-
=> 6p - 1 = 1
=> 6p = 2
=> p = ⅓
1 1
: . = p আৰু = q
x - 1 y - 2
1 1 1 1
=> = => =
x - 1 3 y - 2 3
=> x - 1 = 3 => =
y - 2 3
=> x - 1 = 3 => y - 2 = 3
=> x = 4 => y = 5
সমাধান টো হ'ল x = 4 আৰু y = 5 /
Answer :-
7 2
=> - = 5 -------> (i)
y x
8 7
=> + = 15 ------> (ii)
y x
1 1
= p আৰু q
y x
সমীকৰণ (i) => 7p - 2q = 5 ------> (iii)
সমীকৰণ (ii) => 8p + 7q = 15 ------> (iv)
(iii) × 8 => 56p + 16q = 40
(iv) × 7 => 56p + 49q = 105
(-) (-) (-)
- 65q = 65
=> q = 1
: . q ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
7p - 2 × 1 = 5
=> 7p = 5 + 2
=> p = 1
=> y = 1 => x = 1
: . সমাধান টো হ'ল x = 1 আৰু y = 1 /
(vi) 6x + 3y = 6xy
2x + 4y = 5xy
Answer :- 6x + 3y = 6xy
6 3
=> + = 6 -------> (i)
y x
2x + 4y = 5xy
2 4
=> + = 5 ------> (ii)
y y
1 1
ধৰাহল + = p আৰু - q
y x
সমীকৰণ (i) => 6p + 3q = 6 -----> (iii)
সমীকৰণ (ii) => 2p - 4q = 5 -----> (iv)
(iii) × 1 => 6p + 3q = 6
(iv) × 3 => 6p + 12q = 15
(-) (-) (-)
- 9q = - 9
=> q = 1
: . q ৰ মান সমীকৰণ(iii) ত বহুৱাই আমি পাওঁ-
6p + 3 × 1 = 6
=> 6p + 3 = 6
=> 6p = 6 - 3
=> x = 2 => y = 1
সমাধান টো হ'ল x = 1 , আৰু y = 2 /
10 2
(vii) + = 4 ---------->(i)
x + y x - y
15 2
- = 1 ------------->(ii)
x + y x - y
Answer :-
1 1
ধৰাহল = p আৰু = q
x + y x - y
সমীকৰণ (i) => 10p + 2q = 4 ------>(iii)
সমীকৰণ (ii) => 15p - 5q = - 2 ------>(iv)
(iii) × 3 => 30p + 6q = 12
(iv) × 2 => 30p - 10q = - 4
(-) (+) (+)
16q = 16
=> q = 1
: . q ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
10p + 2 × 1 = 4
=> 10p = 4 - 2
1 1
: . = p আৰু = q
x + y x - y
1 1 1
=> = => = 1
x + y 5 x - y
=> x + y = 5 ----->(v) => x - y = 1 ------> (vi)
(v) + (vi)
=> x + y + x - y = 5 + 1
=> 2x = 6
: . x ৰ মান সমীকৰণ (v) ত বহুৱাই আমি পাওঁ-
=> 3 + y = 5
=> y = 5 - 3
=> y = 2
: . সমীকৰণ টো হ'লx = 3 , আৰু y = 2 /
1 1 3
(viii) + = ------> (i)
3x + y 3x - y 4
1 1 -1
- = ------->(ii)
3(3x + y) 2(3x - y) 8
Answer :-
1 1
ধৰাহল = p আৰু = q
3x - y 3x - y
সমীকৰণ (I)
3
=> 4 × p + 4 × q = 4 ×
4
4 p 4 q - 1
সমীকৰণ (ii) 8 × - 8 × = × 8
2 6 2 8
=> 4p - 4q = - 1 -----> (iv)
(iii) - (iv) => 4p + 4q - (4p - 4q) = 3 - ( - 1)
=> 4p + 4q - 4p + 4q = 3 + 1
=> 8q = 4
2
2 1
4p - 4 × = - 1
2
=> 4p = 2 = - 1
=> 4p = - 1 + 2
1 1
: . = p আৰু = q
3x + y 3x - y
1 1 1 1
=> = => =
3x + y 4 3x - y 2
=> 3x + y = 4 ------>(v) => 3x - y = 2 -----> (vi)
(v) + (vi)
=> 3x + y + 3x - y = 4 + 2
=> 6x = 6
=> x = 1
: . x ৰ মান সমীকৰণ (v) ত বহুৱাই আমি পাওঁ-
3 × 1 + y = 4
=> y = 4 - 3
=> y = 1
: . ৰৈখিক সমীকৰণ যোৰৰ সমাধান টো হ'ল
x = 1 আৰু y = = 1 /
2. তলৰ সমস্যা বোৰক একেটা সমীকৰণৰ যোৰত সূত্র বন্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা।
(i) ঋতুয়ে 2 ঘন্টাত ভটিয়াই সোঁতত 20 কি, মি, নাও বাব পাৰে আৰু 2 ঘন্টাত উজনি সোঁতত 4 কি, মি, যাব পাৰে । তেওঁৰ স্হিৰ পানীত নাওৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা ।
Answer : - ধৰাহল, স্থিৰ পানীত নাওৰ দ্ৰুতি = x km/hr
আৰু পানীৰ সোঁতৰ দ্ৰুতি = y km/he
: . ভটিয়নী সোঁতত নাও খনৰ দ্ৰুতি = (x +y) km/hr
আৰু উজনি সোঁতত নাও খনৰ দ্ৰুতি = (x -y) km/hr
দ্ৰুতি
আমি জানো ; সময় =
দ্ৰুতি
প্ৰশ্ন মতে
20
2 =
x + y
=> 2(x +y) = 20
20 10
=> x + y =
10
=>x + y = 10 ---------> (i)
আকৌ
=> 2(x - y) = 4
=> 2(x - y) =4
4 2
=> x - y =
2
=> x - y = 2 ------> (ii)
(i) + (ii) x + y + x - y = 10 + 2
=>2x = 12
=> x = 6
: . x ৰ মান সমীকৰণ (i) ত বহুৱাই আমি পাওঁ-
6 + y = 10
=> y = 10 - 6
=> y = 4
: . স্থিৰ পানীত নাওঁ খনৰ দ্ৰুতি = 6 km/hr
আৰু পানীৰ সোঁতত দ্ৰুতি = km/hr /
(ii) 2 জনী মহিলা আৰু 5 জন পুকুষে একেলগে 4 দিনত কাপোৰত ডিজাইন কৰা কাম এটা কৰে। এই কামটো 3 জনী মহিলা আৰু 6 জন পুৰুষে 3 দিনত শেষ কৰে । 1 জনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু 1 জন পুৰুষেও অকলে কিমান সময় ল'ব ?
Answer :- ধৰাহল, 1 জনী মহিলাই অকলে কামটো শেষ কৰে = x দিন আৰু 1 জন পুৰুষে অকলে কামটো শেষ কৰে = y দিন ।
প্ৰশ্ন মতে,
2 5 1
+ = ---------> (i)
x y 4
3 6 1
আকৌ + = ---------> (ii)
x y 3
ইয়াত
1 1
= p আৰু q
x y
সমীকৰণ (i) => 2p + 5q = ¼
=> 4 × 2p + 4 × 5q = 4 × ¼
=> 8p + 20q = 1 -------> (iii)
সমীকৰণ(ii) ৰ পৰা 3p + 6q = ⅓
=> 3 × 3p + 3 × 6q = 3 × ⅓
=> 9p + 18q = 1 ------> (iv)
(iii) × 9 => 72p + 180q = 9
(iv) × 8 => 72p + 144 = 8
36q = 1
1
=> q =
36
: . q ৰ মান সমীকৰণ(iv) ত বহুৱাই আমি পাওঁ-
1
9p + 18 × = 1
36
=> 9p + ½ = 1
=> 9p = 1 - ½
18
এতিয়া,
1 1
= p আৰু = q
x 2
1 1 1 1
=> = => =
2 18 y 36
=> x = 18 => y = 36
: . 1 জনী মহিলাই অকলে কামটো শেষ কৰিবলৈ সময় ল'ব = 18দিন ।
আৰু এজন পুৰুষে সময় ল'ব = 36 দিন ।
(iii) গীতুয়ে তেওঁৰ ঘৰলৈ 300 কি, মি, পথৰ এক অংশ ৰে'লগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে । তেওঁ 60 কি, মি, ৰে'লগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘন্টা সময় লয় । তেওঁক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কি, মি, ৰে'লগাড়ীৰে আৰু বাকীখিনি বাছেৰে যায় । ৰে'লগাড়ীৰ দ্ৰুতি আৰু বছৰ দ্ৰুতি কিমান বেলেগ বেলেগ উলিওৱা।
Answer : - ধৰাহল, ৰেল গাড়ীৰ দ্ৰুতি = x km/hr
আৰু বাছৰ দ্ৰুতি = y km/hr
দূৰত্ব
আমি জানো, সময় =
দ্ৰুতি
প্ৰথম চৰ্ত মতে,
60 240
+ = 4 ---------> (i)
x y
দ্বিতীয় চৰ্ত মতে,
সময় লাগে = 4 ঘন্টা+ 10 মিনিট
24 + 1
=>
6
100 200 25
: . + = ---------> (iii)
x y 6
1 1
ইয়াত = p আৰু = q
x y
সমীকৰণ (i) => 60p + 240q = 4 -----------> (iii)
25
সমীকৰণ (ii) 100p + 200q =
6
=> 600p + 1200q = 25 --------> (iv)
(iii) × 10 => 600p + 1400q = 40
(iv) × 1 => 600p + 1200q = 25
(-) (-) (-)
1200 q = 15
1
=> q =
80
: . ৰ মান সমীকৰণ (iii) ত বহুৱাই আমি পাওঁ-
80
=> 60p + 3 = 4
=>60p = 4 - 3
1
=> p =
60
1 1
এতিয়া = p আৰু = q
x y
1 1
=> = => y = 80
x 60
=> x = 60
: . ৰে'ল গাড়ীৰ দ্ৰুতি হ'ল = 60 km/hr
আৰু বাছৰ দ্ৰুতি = 80 km/hr
CLASS 10 METHS QUESTION ANSWER
CLASS 10 ASSAMESE QUESTION ANSWER
CLASS 10 ENGLISH QUESTION ANSWER
CLASS 10 COCIAL SCIENCE QUESTION ANSWER
CLASS 11 ASSAMESE QUESTION ANSWER