Assamese Question Answer lesson 11 class x । পাঠ 11 অসমীয়া শ্ৰেণী দশম মান

গোট 11      (ক) মুক্তিমংগল ভটিমা
( কালিয় দমন নাটৰ পৰা )
-শ্ৰীমন্ত শঙ্কৰদেৱে
পাঠ ভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন 1/চমুকৈ উত্তৰ দিয়া :
(ক)দৈৱকী উওৰে উদয যোহি দবা __ইয়াত 'যোহি দিয়া কাক কুবা হৈছে   ?
উত্তৰ :- শ্ৰীকৃষ্ণক ।
খ)কংসক ধবংসল প্ৰাণ '___কংসৰ প্ৰাণ কোনে ধবংস কৰিলে   ?
উত্তৰ :- শ্ৰীকৃষ্ণই ।
গ)শংখচূডক কোনে বধ কৰিছিল   ?
উওৰ :-  শ্ৰীকৃষ্ণই ।
ঘ)শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম কি  ?
উওৰ :-  শ্ৰীৰামচন্দ্ৰ ।
ঙ)দেউতাৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলিচে  ?
উওৰ :- মাধব আৰু শ্ৰীকৃষ্ণক ।
চ)ভটিমা টি কোনখন নাটৰ অন্তৰ্ভুক্ত  ?
উওৰ :-  কালিয়দমন নাটৰ পৰা ।
ছ)মুক্তি মংগল ভটিমা কোনে পাঠ কৰে  ?
উওৰ :- সূএধাৰ আৰু সহযোগীসকলে ।
প্ৰশ্ন 2/ভটিমা টিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰ কেইটাৰ নাম লিখা  ?
উত্তৰ :-  ভটিমাটিত উল্লেখ কৰা অনুসৰি কৃষ্ণই অঘ ,বক ,ধেনুক , কেশী , কংস , অৰিচট , মুচটিক , শংখচূড আদি বিভিন্ন অসুৰ বধ কৰিছিল । শংকৰদেৱৰ ভাষাত
    
     অঘ-বক ধেনুক                কেশী ধবংশক
                   কংসক ধবংসল প্ৰাণ ।'
    দুচট অৰিচটক                  মুচটিক মোডল
                    শংখচূড লেল প্ৰাণ ।'ইত্যাদি

প্ৰশ্ন 3/তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ।
ত্ৰাণ ?সৰদ , চন্দ্ৰ, মুকুতি ,কাহিনী, প্ৰাণ ,সাগৰ ।

উত্তৰ :- ত্ৰাণ ------- পৰী ত্ৰাণ
           শৰদ -------শদিয়
            চন্দ্ৰ --------চন্দ্ৰমা
         মুকুতি --------মুক্তি
         কাহিনী --------নাৰী, ইচতিৰি
           প্ৰাণ ---------জীৱন
         সাগৰ ---------সমুদ্ৰ
           নাব ---------নাও,নৌকা ।
প্ৰশ্ন 6/ তলত দিয়া  শব্দবোৰৰ আধুনিক ৰূপ লিখা  ।

কয়লি , সোহি,  যোহি, যাকেৰি , ভেলহ ।

উওৰ :- কয়লি ----কৰিলে         
             সোহি -----সেই
             যোহি ------যেই
              যাকেৰি------সাৰ
             ভেলহ -------হল।
                 (  অতিৰিক্ত প্ৰশ্নোত্তৰ )
-------------------------------------------------------------
প্ৰশ্নৰ উওৰ লিখা ----
প্ৰশ্ন 1/শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল  ?
উত্তৰ :- 1449 চনত ।
প্ৰশ্ন2/শংকৰদেৱৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ কীৰ্ত্তি কী  ?
উওৰ :- কীৰ্তন - ঘোষ ।
প্ৰশ্ন 3/মুক্তিমংগল ভটিমা পাঠটো কৰ পৰা লোৱা হৈছে  ?
উওৰ :- শংকৰদেৱৰ কালীয় দমন নাটৰ পৰা  ।
প্ৰশ্ন 4/শংকৰদেৱৰ নাটকৰ খংখ্যা কিমান  ?
উওৰ :- 6 খন ।
প্ৰশ্ন 5/শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল?
উওৰ :- 34 টা  ।
প্ৰশ্ন 6/ শংকৰদেৱৰ সংস্কৃত ভাষাত সংকলিত গ্ৰন্থ খনৰ নাম লিখা  ?
  উত্তৰ :- ভক্তি -ৰত্নাকৰ ।
প্ৰশ্ন 7/ শংকৰদেৱে ৰামায়ণ কোনটো কাণ্ড ৰচনা কৰিছিল  ?
উত্তৰ :-  উত্তৰাকাণ্ড ।
প্ৰশ্ন 8/ শংকৰদেৱৰ দুখন কাব্যৰ নাম লিখা  ?
উত্তৰ :- ৰুক্মিণীহৰন কাব্য  আৰু বলিচৰন ।
প্ৰশ্ন 9/ ভটিমা কেই প্ৰকাৰৰ আৰু কি কি  ?
উত্তৰ :- চাৰি প্ৰকাৰৰ : 1,দেব 2,ৰাজ 3,গুৰু 4,নাট ভটিমা  ।
10 /শংকৰদেৱৰ মাতৃৰ নাম কি  ?
উওৰ :- খেৰসুতী ।
প্ৰশ্ন 11/ শংকৰদেৱে টোলত কি  কি অধ্যয়ন কৰিছিল  ?
উওৰ :- শংকৰদেৱে চাৰিবেদ , চৈধ্য শাাস্ত্ৰ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰি পাণ্ডিত্যৰ পৰিচয় দিছিল ।

এনেধৰণৰ আৰু প্ৰশ্ন উত্তৰ ছাবৰ বাবে তলত দিয়া লিংক সমুহ নিৰ্ধাৰণ কৰক । আমাৰ প্ৰশ্ন উত্তৰ সমূহ পঢ়ি কেনে ধৰণৰ অনুভৱ পাইছে কমেন্ট কৰি জনাব 
CLASS 1O ASSAMESE QUESTION ANSWER 
  ৬ • উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্মোত্তৰ🔎 
 Group B-বৈকল্পিক
  পদ্যাংশ  
  গদ্যাংশ  
CLASS 1O GRAMMAR ANSWER 
     • মুক্তিমংগল ভটিমা 'ৰ প্ৰশ্ন উত্তৰ
CLASS 1O ENGLISH ANSWER 
CLASS 10 COCIAL SCIENCE ANSWER 
     ইতিহাসৰ প্ৰথম খণ্ড   
CLASS 10 COCIAL SCIENCE ANSWER 
     ভূগোল দ্বিতীয় খণ্ড   
   ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (তৃতীয় খণ্ড)   
প্ৰথম খণ্ড: ৰাজনীতি বিজ্ঞান  
দ্বিতীয় খণ্ড: অৰ্থনৈতিক বিজ্ঞান  
CLASS 11 ASSAMESE QUESTION ANSWER 
 ADRE Questions Answers 

Post a Comment

3 Comments